Posts

Showing posts from September 16, 2017

Bhumiputtra

 Bodo Kachari |  Mishing(Miri) |  Deori |  Rabha |  Tiwa or Lalung |  khamti |  Sonowal Kachari  |  Tai Phake or Phakial  |  Dimasa Kachari  |  Karbi  |  Barmans  |  Hmar  |  Kuki  |  Rengma Naga  |  Zeme Nagas  |  Hajong  |  Garo  |  Khasi  |  Jaintia  |  Mech Introduction: Assam is land of many cultures, tribes and religions. Therefore, when we speak of the culture of Assam, we generally refer to a composite and complex phenomenon that includes the cultures of the various tribes that make Assam their home. (i) The Bodo Kachari Tribes    The Bodo Kacharies of Assam is a branch of great Bodo Group of Indo-Mongoloid family. It is believed that the origin of the Kachari was Tibet and China.    The Bodos are basically an agrarian people; still using traditional means to irrigate their la...

অবড়োৰ সংখ্যাগৰিষ্ঠতা আৰু অসমীয়াবাদীতা

Image
  সময়ে সময়ে বিটিএডিক অতি স্পৰ্শকাতৰ কৰি তোলা বিষয়টোৱেই হ'ল "অবড়ো" বিষয়টো ৷ সম্পূৰ্ণ অসংবিধানিক আৰু যুক্তিহীন ভাৱে "জনজাতিয় ঐক্য মঞ্চ" আৰু "অবড়ো সুৰক্ষা মঞ্চ" নামৰ দুটা পাবত গজা বড়ো বিৰুধী সংগঠনে বিটিএডি পৰিষদ ভংগৰ দাবীৰে বিটিচি প্ৰশাসনক এক প্ৰকাৰ অস্হিৰ কৰি তুলে ৷ এইটো ক'বলৈ বাকী নাই যে এই সংগঠন দুটাৰ ভিত্তিয়েই হ'ল জনজাতি বিৰুধী ৷ জনজাতিৰ ন্যাৰ্য প্ৰাপ্তি অধিকাৰক ন্যাসৎ কৰা এই সংগঠনৰ মুল চৰিত্ৰ আৰু লক্ষ্য ৷ বৰ্ণবাদী অসমীয়াৰ মদতপুষ্ট এই সংগঠন দুটাই অসংবিধানিক ভাৱে বিটিএডি পৰিষদ ভংগৰ দাবি তুলি ভাৰতীয় সংবিধান আৰু বড়োসকলৰ অধিকাৰত চৰম আঘাত কৰিছে ৷ একপ্ৰকাৰ বৰ্ণবাদী অসমীয়াৰ চতুৰ পৰিকল্পনৰে এই বড়ো বিৰুধী সংগঠন দুটাই সমগ্ৰ দেশত বিটিএডি কলেই কেৱল বড়োসকল বুলি ধৰি লোৱা এটা ধাৰণাক ইতিমধ্যেই জন্ম দিবলৈ সক্ষম হৈছে ৷ তেওঁলোকৰ এনে কাৰ্য্যই ভাৰতীয় নিৰপেক্ষতাক উলংঘা কৰাই নহ'য়, তেওঁলোকে সকলো জাতি-জনগোষ্ঠীৰ মাজত সম্পূৰ্ণ এক অসহিষ্ণুতা বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে ৷ বিটিএডিত অবড়ো নামধাৰী সংগঠন দুটাই "সংখ্যগুৰু ত্বত্ত"ৰ যি ভিত...

সামাজিক মাধ্যম vs পাব্লিক অপিনিয়নঃ

Image
নিৰ্বাচিত নেতাৰ ই-সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ হওঁক ৷ বন্ধ হওঁক প্ৰশাসনৰ উচ্চ বিষয়াবৰ্গৰ সামাজিক মাধ্যমৰ একাউন্টসমূহ ৷ সামাজিক মাধ্যম ফে'চবুক, টুইটাৰ, অৰকূত, ৱাটচএপ ইত্যাদিত নিৰ্বাচিত নেতা তথা ৰাজনৈতিক নেতাই খোলা একাউন্টসমূহ দেশৰ উচ্চতম ন্যায়ালয়ে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বেন তথা নিষিদ্ধ কৰক ৷ পলিটিকেল পাৰ্টীৰ নেতা-পালিনেতা, নিৰ্বাচিত জনপ্ৰতিনিধি, আৰু প্ৰশাসনৰ বিষয়াসকলৰ ই-সামাজিক গণ মাধ্যমে দেশৰ যুৱ প্ৰজন্মৰ মাজত "ৰাজনীতি" আৰু "জনতাৰ স্বাৰ্থত সেৱা"ৰ ভূল বাৰ্তা কঢ়িয়াই নিছে ৷ যিয়ে দেশৰ গুৰুত্বপূৰ্ণ অংশত তেওঁলোকৰ ই-গণমাধ্যমৰ একাউন্টসমূহে মিছা, ভ্ৰষ্টাচাৰ, লুণ্ঠন আৰু দুৰ্নীতিৰ দৰে কাৰকক ৰাজনীতিৰ এক অবিচ্ছেদ্য অংশ বুলি পতিয়ন নিয়াত বিশেষ ভুমিকা লৈছে ৷ তেওঁলোকে নিজৰ নিজৰ ই-গণমাধ্যমৰ একাউন্টৰ জৰিয়তে ৰাজনীতি মানেই কেৱল জনসংখ্যা সংগঠিত কৰি সভাত নিজৰ মুখাবয় তথা বীৰ(নিজাদিষ্ট ব্যক্তি) পূঁজাৰ ফটো আপডেট দিয়া মাধ্যম কৰি লৈছে ৷     এখন গণতান্ত্ৰিক দেশত বৃহৎ জনসংখ্যাৰ পৰোক্ষ সমৰ্থন ন্যায়সংগতৰ বিপৰিতে তেওঁলোকে ই-গণমাধ্যমক "প্ৰত্যক্ষ গণতন্ত্ৰ" ৰূপত ব্যৱ...

আদিবাসী আৰু জনজাতিৰ ওপৰত ৰাষ্ট্ৰৰ দমনঃ

Image
   অসমৰ ৪৫ টা জনজাতি আৱেষ্টনিকৃত বেল্ট আৰু ব্ল'ক আজি অ-জনজাতিৰ দখলত ৷ তেওঁলোকে বিচাৰে জনজাতি সকল নিশ্চুপ হৈ বহি থাকক ৷ জনজাতিৰ এটা ভুল আৰু মাৰাত্মক চৰিত্ৰ যে সহজেই শত্ৰুৰ অপকাৰ পাহৰি যোৱা ৷ ভাৰতত জনজাতিৰ ওপৰত ৰাষ্ট্ৰৰ শাসক আৰু ব্ৰহ্মণ্যবাদী বৰ্ণ হিন্দুই কৰা শোষণ আৰু বঞ্চনাৰ এক দীঘলীয়া কলংকৃত ইতিহাস আছে ৷ আজিও জনজাতিৰ ওপৰত থকা তেওঁলোকৰ শোষণ আৰু বঞ্চনাৰ এটা ধাৰাবাহিক ধাৰা অৱ্যাহত আছে ৷ ভাৰত ৰাষ্ট্ৰই আদিবাসী আৰু জনজাতীয় দীৰ্ঘদিনীয়া সমস্যা সমাধান সামৰিক নীতিৰে কৰিবলৈ গৈ মানৱ উলংঘনৰ দৰে জঘন্য কাণ্ডত হাত দিবলৈ কুণ্ঠাবুধ কৰা নাই ৷ মধ্য ভাৰত়ত থকা আদিবাসীসকলে নিজৰ আত্ম-ৰক্ষা আৰু অধিকাৰৰ বাবে সৰল সহজ চৰিত্ৰ এৰি হিংস্ৰ ৰূপ লোৱাতোৱেই তাৰেই স্পষ্ট প্ৰমাণ ৷ আদিবাসীৰ এই আত্ম-সন্মানৰ সংগ্ৰামক ৰাষ্ট্ৰযন্ত্ৰই সমুলঞ্চে ধ্বংস কৰিবলৈ আদিবাসী ল'ৰা-ছোৱালিক পাইকাৰী হাৰ়ত হত্যা আৰু আদিবাসী ছোৱালীক ধৰ্ষণৰ দৰে জঘন্য কাৰ্য্য প্ৰয়োগ কৰি আহিছে ৷ যাতে আত্মচেতনাৰে উদ্বদ্ধু আদিবাসীৰ সংগ্ৰামখন তচনচ হ'য় ৷ শেষতীয়াভাৱে কিছু মাহ পূৰ্ৱে সংঘটিত ছত্তিচগড়ৰ বাস্তাৰ জিলাৰ ধৰ্ষণ কাণ্ডত ৰাষ্ট্ৰযন্ত্ৰ এশ শতাং...