Posts

Showing posts with the label Bhuban Bodo

অসমীয়াত্বটো ভুমিপুত্ৰ জনজাতিৰ এটা দুৰ্যোগঃ

Image
[[  জনজাতিয়ে যেতিয়া এখন ভাল ইঞ্জিনিয়াৰিং বিশ্ববিদ্যালয়; এখন কৃষি বিশ্ববিদ্যালয়; উচ্চ মেডিকেল কলেজ; পলিটেকনিক প্ৰতিষ্ঠান লাগে বুলি বৰঘৰত দাবী জনায় তেতিয়া সেই প্ৰয়োজন জনজাতিৰ বাবে সূদুৰপ্ৰহৰাত হ'য় ৷ অসমীয়া হৈ জনজাতীয়ে শিক্ষা বিচৰা অধিকাৰ এই অসমত নাই; অধিকাৰ নাই বাবেই জনজাতিয়ে নিজৰ অধিকাৰ পাবলৈ পৃথক পৰিচয়ৰে আত্মপ্ৰকাশ কৰাটো কি অক্ষমনীয় অপৰাধ হ'ল?? ]] কেৱল অসমতে উচ্চ বৰ্ণ শ্ৰেণীসকলৰ দপদপনী চলা নাই ৷ সমগ্ৰ ভাৰততে দেশখনৰ প্ৰচীন ভুমিপুত্ৰ আৰু আদিবাসী সকলৰ ওপৰত বৰ্ণ শোষণ, সামাজিক শোষণ, অৰ্থনৈতিক শোষণ অৱধাৰিত ভাৱেই চলি আহিছে ৷ যদি এই কথা সত্য নহ'য় তেন্তে দেশত এখন সমতাৰ সংবিধান সৃষ্টি কৰোতে "সংৰক্ষণ"ৰ দৰে ব্যৱস্থাক ৰাখিব লগা নিশ্চয় নহ'ল হ'য় ৷ যেতিয়া এটা সম্প্ৰদায়ে নিজকে শিক্ষিত, সামাজিক আচৰণ আন্য লোকতকৈ উচ্চ গণ্য কৰি আন এটা সম্প্ৰদায়ৰ ওপৰত মানসিক, সামাজিক, অৰ্থনৈতিক শোষণ আৰু বৈষম্য চলাব ধৰে তেতিয়াহে সমাজত সকলো মানুহৰ সমতা, সম-ন্যায়, সম-অধিকাৰ আৰু ভেদভাৱহীন সমাজ বৰ্তাই ৰাখিবলৈ নিৰপেক্ষ সংবিধান সৃষ্টিৰ আৱশ্যক আৰু ইয়াৰ সুৰক্ষা দিশটো আহি পৰে ৷ ভাৰতীয় ৰাষ্ট্ৰ...

জাতীয় অৰ্থনীতিঃ নিৰ্ভৰশীলতা আৰু সুৰক্ষা

Image
আ ধুনিক বিশ্বৰ বজাৰৰ অৰ্থনীতিয় ৰেহ-ৰূপ আমি ফেচবুকত নাপাও ৷ অৰ্থাৎ অসমৰ সাধাৰণ লোকৰ লগতে বিদ্বত সমাজৰ মাজতো অৰ্থনীতি, ব্যৱসায় সম্পৰ্কীয় নীতি নিয়মৰ ক্ষেত্ৰত থকা পৰ্যাপ্ত জ্ঞান শূন্য ৷ থাকিবই ক'ত ? অৰ্থনীতিত ৰাজনীতিৰ দৰে কূতনীতিৰ খেলা-ধূলা নাই ৷ আছে কায়িক নীতি আৰু নিয়ম ৷ বাণিজ্যত কূতনীতি নচলে ৷ বাণিজ্যৰ কাৰণে সদায়ে গ্ৰাহকৰ ওপৰত কৌশলী দৃষ্টিভংগী প্ৰয়োগ কৰিব লগা হ'য়৷ সমাগ্ৰী মানুহৰ প্ৰয়োজন আৰু চাহিদাৰ ওপৰত নিৰ্ভৰশীল৷ তদুপৰি বহু ক্ষেত্ৰত বস্তু মানুহৰ পছন্দৰ ওপৰটো প্ৰয়োজন ৷ বৃটিছ গ'ল৷ বহু আধুনিক আহিলা থাকি গ'ল ৷ কিন্তু যোৱা এশ বছৰৰ ভিতৰত অসমৰ দৰে চাহিদা আৰু আৰু প্ৰয়োজন থকা বিশাল ক্ষেত্ৰখনত নিজৰ প্ৰয়োজন আৰু চাহিদাক পূৰণ কৰিব পৰা ক্ষমতাৰ আধুনিক কাৰিকৰি উদ্ভাৱনী শক্তিধৰৰ জন্ম নহ'ল৷ কিয় নহ'ল তাৰ বিচাৰ আজিও হোৱা নাই ৷ অনাগত দিনতো হ'য়তো নহ'ব ৷ প্ৰয়োজন আৰু চাহিদা আহৰণ কৰা ক্ষেত্ৰখন হ'ল বজাৰ ৷ ই অৰ্থনীতিৰ স্বৰ্গস্হল ৷ এই স্বৰ্গস্হলত থাকে দেৱতা সকল ৷ এই দেৱতাসকলেই সংসাৰৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে ৷ সেই গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাসকলেই হ'ল...

অসমৰ বুকুত উত্থাপিত দ্বিতীয় শ্ৰেণী নাগৰিকৰ প্ৰশ্নঃ

Image
   খিলঞ্জীয়া আৰু ভুমিপুত্ৰ শব্দ দুটাৰ অৰ্থ একে নহ'য় ৷ এই শব্দ দুটাৰ ইংৰাজী অৰ্থ একে যদিও প্ৰকৃতাৰ্থত শব্দ দুটাই দুটা নিদিষ্ট সময়ৰ ব্যৱধান ল'য় ৷ সেয়ে অসমৰ ক্ষেত্ৰত এই শব্দ দুটাই কূটনীতি আৰু ৰাজনীতিৰ বেহুত নাগৰিকৰ পৰিচয় আৰু অধিকাৰত এক বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে ৷ শেষতীয়াকৈ শব্দই দুটাই অসমত ঐতিহাসিক ভাৱে বসবাস কৰা জনজাতিসকলৰ লগতে ৭০ দশকত বাংলাদেশৰ পৰা প্ৰৱজিত ধৰ্মীয় সম্প্ৰয়দায়ক লৈ এটা আউল লগা জটিল তথা অমিমাংসীত সমস্যাৰ সৃষ্টি কৰিছে ৷ এই শব্দ দুটাৰ ভেল্কীবাজীৰে এটা জাতিয়ে মুছলমান আৰু ভুমিপুত্ৰ জনজাতিৰ ওপৰত ৰঘুমলাৰ দৰে শিপাই জনজাতিৰ আত্ম-অধিকাৰ নিচিহ্ন কৰাৰ ধাৰাবাহিকতা বজাই ৰখা আৰু একাংশ দেশীয় মুছলমাৰ নাগৰিকত্বৰ বৈধতাত মুনাফা লুটাৰ চৰিত্ৰ তৈয়াৰ কৰি লৈছে ৷ এইটো নকলেও হ'য় যে তেওঁলোকৰ বাবে মুছলমান মানেই ৰাজনীতিত এক বৃহৎ সংখ্যা আৰু  ভুমিপুত্ৰ জনজাতিৰ বিপৰীতে অসমত নিজৰ স্হায়িত্বৰ খুপনি মজবুট কৰা ৷ প্ৰথমটো ভোট বেংকৰ ৰাজনীতিৰে শাসন লোৱা আৰু দ্বিতীয়টো এই ভুমিৰ আদিম অধিবাসীৰ ঐতিহাসিক আৰু বৰ্তমান সাংবিধানিক ভিত্তিত থকা অধিকাৰসমূহ ধ্বংস কৰা ৷ মুলতঃ অসমত উচ্চ বৰ্ণবাদী জাতিয়ে নিজৰ ...

হিন্দুত্ব, ইছলাম আৰু জনজাতিৰ অধিকাৰঃ

Image
অসমীয়া জাতীয়তাবাদী প্ৰতিষ্ঠান আৰু অসমীয়া বুদ্ধিজীৱিৰ উৰ্বৰ মগজুৰ আটাইতকৈ নিশকটীয়া ফচল দুটা হ'ল --- "হিন্দু-মুছলিম" ইচ্ছুত নিজৰে সাতামপুৰুষীয়া ঐক্য অসমীয়া সমাজক ধৰ্মীয় ঘৃণাৰে উত্তেজনা বিয়পাই সমাজ আশান্তি কৰা আৰু দ্বিতীয়, জনজাতীয় লোকৰ সাংবিধানিক অধিকাৰ কুক্ষিগত কৰা ৷ এই ঘৃণনীয় ধৰ্মীয় অশান্তি, ধৰ্মীয় ভাবুকি, সাধাৰণ মানুহৰ মনত অনাহক ধৰ্মীয় ক্ষয়ৰ চেতনা জগাই তোলাটো এতিয়া অসমীয়া জাতিয়তাবাদী প্ৰতিষ্ঠানিক শিৱিৰ আৰু অসমীয়া বুদ্ধিজীৱিৰ যেন দৈনিন্দন ৰুটিন ৷ নকৰিলে নহ'য় ৷ তদুপৰি এই প্ৰতিষ্ঠানিক শিৱিৰসমূহৰ এচামে সমাজৰ আগত বাগা সাজ পিন্ধি নিজৰ আত্মস্বাৰ্থ পূৰণৰ লক্ষ্যৰে জনতাক ভুল পথে পৰিচালিত কৰি ভুমিপুত্ৰ জনজাতিসকলৰ সংবিধানিক অধিকাৰৰ বিৰুদ্ধে "জেহাদ" কৰিবলৈ প্ৰৰোচিত কৰিছে ৷ দেখ দেখকৈ এই কথাই প্ৰতিষ্ঠানিক শিৱিৰ দুটাৰ চৰিত্ৰই নিজৰ শোষণকাৰী স্বৰূপ উদঙাই সাধাৰণ অসমীয়া ৰাইজক মুছলমান আৰু জনজাতি ভুমিপুত্ৰৰ বিৰুদ্ধে অধিক আক্ৰোশমূলক কৰি তুলিবলৈ ধৰিছে ৷ প্ৰথমটো সম্পূৰ্ণ এটা ধৰ্মীয় সম্প্ৰয়দাৰ বিৰুদ্ধে মাৰ বান্ধি সজোৰৰে নিজৰ ধৰ্মীয় সাম্ৰাজ্যবাদী নীতিৰে আন ধৰ্মক...

টেঞ্জিং বডোচাঃ দেহত ৰ'দ আৰু বৰষুণ নপৰা যুৱ কৃষক

Image
    বিটিএডিৰ ওদালগুৰি টাউনৰ পৰা ১২০ কিঃমিটাৰ দূৰত্বত অৱস্হিত এখন বড়োগাঁও ৷ ডিমাকুছি ৷এই ডিমাকুছি গাঁৱখনৰ গাতে লাগি আছে ভূটান৷ ভাৰতৰ এখন প্ৰতিৱেশী দেশ ৷ ভূটানৰ সীমাৰ কাষতে লাগি থকা ভাৰতবৰ্ষৰ এই অখ্যাত গাঁৱখনত এদিন লুকাই আছিল এটা সফলতাৰ জীয়া কাহিনী ৷ জৈৱিক চাহৰ সুগন্ধিৰে বিশ্ব জয় কৰিব পৰা এটা অদম্য যুৱ শক্তি ৷ বন্য জন্তু আৰু মানুহে মিলি বসবাস কৰি থকা এটা ৰোমাঞ্চকৰ বাস্তৱ ৷ ভূটাৰ পদদেশত বন্য জন্তু আৰু সেউজী প্ৰকৃতিৰ বুকুত লাহে লাহে ঠন ধৰি উঠা এটা উদ্যোগ ৷ বন্য প্ৰাণী আৰু মানুহে গাঢ় কৰা এটা সম্পৰ্ক ৷ ৰসহ্যঘন প্ৰকৃতিৰ অদম্য বিৰুধীতাৰ পাছতো হাৰ নামনা এটা এজন বড়ো যুৱকৰ এক উদ্যোমী বিপ্লৱ ৷ আৰু এদিন উদ্যামী সত্বাটোক প্ৰকৃতিয়ে আপোন কৰি লৈছিল নিজৰ বুকুত ৷     এই কাহিনী এজন বড়ো যুৱকৰ কাহিনী ৷ গাত ৰ'দ আৰু বৰষুণ নপৰা এজন জনজাতি বিপ্লৱী যুৱ কৃষকৰ কাহিনী ৷ কঠোৰ সংগ্ৰামক নিজৰ জীৱনৰ এক অভিন্ন অংগ কৰি লোৱা এজন কৰ্মশ্ৰী যুৱকৰ জীৱন ৷ বুকুত জীয়া যাতনাৰ কাহিনী লৈ প্ৰকৃতি সুৰক্ষাৰে এক সেউজ বিপ্লৱ সূচনা কৰা এজন সাহসী প্ৰকৃতি প্ৰেমী বড়ো কৃষক সন্তানৰ বাস্তৱ কাহিনী ৷ হ'য় মই...

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

Image
   উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জনজাতীয় সমাজবোৰত প্ৰকৃততে মহিলাসকলে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ ঠাই বিশেষে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজত মাতৃ বা মহিলাৰ গুৰুত্ব পুৰুষতকৈ বেছি যদিও প্ৰত্যেকটো জনজাতিৰ নিজৰ নিজৰ সমাজত মহিলাই ঘৰুৱা কামৰ লগতে পৰিয়ালৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে ৷ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত চিকিম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, মিজোৰাম আৰু মেঘালয়ৰ সমাজ ব্যৱস্হা আৰু পৰিয়ালসমূহ পুৰুষপ্ৰধানৰ বিপৰিতে মাতৃপ্ৰধান হিচাপে এটা স্হান আছে ৷ যিটোত মহিলাসকলৰ ভুমিকা অপৰিসীম ৷ অসমৰ ক্ষেত্ৰত জনজাতি বুলি কলে ৰাভা, কাৰ্বি,ডিমাছা আৰু বড়োসকলৰ ভিতৰতহে মাতৃপ্ৰধান ব্যৱস্হাটো দেখা পোৱা যায় ৷ ডিমাছা, ৰাভা, বড়ো আৰু কাৰ্বিসকলৰ বাহিৰে অসমত অন্য জনজাতিৰ মাতৃপ্ৰধান সমাজ থকা দেখা নাযায় ৷ সেয়ে অসম আৰু ত্ৰিপুৰাক মাতৃপ্ৰধান ৰাজ্য বুলি কোৱা নহ'য় ৷ উপৰত উল্লেখিত ভাৰতৰ ৰাজ্যকেইখনৰ জনজাতীয় সমাজ ব্যৱস্হা পৰম্পৰাগত ভাৱে মাতৃপ্ৰধান হলেওঁ আজিও জনজাতীয় মহিলাই নিজৰ অধিকাৰ সমূহ যেনেদৰে পাব লাগিছিল ঠিক তেনেদৰে পাবলৈ সক্ষম হোৱা নাই ৷ ভাৰতৰ দৰে এখন উন্নয়নশীল দেশে আজিও নিজৰ দেশখনৰ...

पार-सीमा उच्छ शिक्षा पर दिशानिर्देश:

Image
   स्टीफन कल्लाओ (फ़्लिकर) पिछले दो दशकों में, छात्र, शैक्षणिक कर्मचारी, कार्यक्रम या संस्थागत गतिशीलता और व्यावसायिक गतिशीलता के माध्यम से सीमा पार से उच्च शिक्षा काफी ब...

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

Image
  ইতিহাসৰ কথালৈ নাযাও ৷ বৰ্তমান পৰিস্হিতিত অসমৰ জাতীয়তাবীদী শিৱিৰ বহুধা বিভক্ত ৷ ৰাজ্যখনৰ ছাত্ৰ,প্ৰাক্তন ছাত্ৰৰ কিছুমানৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত জাতীয়তাবাদী শিৱিৰৰ কাৰখানা ক্ৰমান্বয়ে গঢ় লৈ উঠোতে উঠোতে সমস্যাবহুল অসমৰ সমস্যা আৰু অধিক অগ্নিগৰ্ভা হোৱাত জাতীয়তাবাদী শিৱিৰে এক সহায়কৰ ভুমিকা গ্ৰহণ কৰিছে ৷ বিভিন্ন নামেৰে জনাজাত জাতীয়তাবাদী শিৱিৰৰ প্ৰয়বোৰ সংগঠনে ৰাজ্যখনৰৰ একেবাৰে টুলুঙা কিছুমান বিষয়ক এটা আৱেগিক ইচ্ছুৰে অসম অৰু অসমীয়াক সাঙুৰি পেলোৱাৰ পৰিৱেশ গঢ় লৈ উঠিছে ৷ এনে জাতীয়তাবাদী শিৱিৰৰ বহু সংগঠনে কথাই প্ৰতি তেওঁলোকৰ প্ৰভুত্ব, কথাই প্ৰতি অনা-অসমীয়া, বহিৰাগত আদি শব্দৰে ৰাজ্যখনৰ বিকাশ, প্ৰগতি আৰু সমন্বয়ৰ পৰিৱেশটো প্ৰহেলিকা তথা জটিল কৰি পেলাইছে ৷ আপাতত এনে শিৱিৰৰ সংগঠন সমূহে অসমৰ জাতীয় সমস্যাৰ প্ৰতি সজাগ আৰু সৰৱ বুলি জনতাক দেখুৱালেও কাৰ্যত তেনে প্ৰতিছৱি দেখা পোৱা নাযায় ৷ সেই বাবে অসমৰ জাতীয়তাবাদী শিৱিৰৰ বহু নেতাই যেতিয়া জাতীয়তাবাদী শিৱিৰ ত্যাগ কৰি ৰাজনীতিৰ পথাৰত খোজ পেলায় তেতিয়া তেনে নেতাই পূৰ্ৱে দেখুৱা নীতি আৰু আদৰ্শ ধোৱাচাঙত উঠে ৷     অসমৰ জাতীয়তাবাদী শিৱি...

असम का ९० प्रतिशत भुमि बिदेशीयो के कब्जे में:

Image
   पुर्व   मुख्य चुनाव आयुक्त हरि शंकर ब्रह्मा की अध्यक्षता वाले स्वदेशी लोगों के भूमि अधिकारों की सुरक्षा पर एक राज्य-प्रायोजित समिति ने अनुमान लगाया है कि असम के निवासि...